BA 2nd Semester Philosophy Unit 1 Question Answer Assamese Medium | প্রাক্ ছক্রেটিচ পাঠটোৰ প্ৰশ্ন উত্তৰ | Chapter 1

Unit : 1 প্রাক্ ছক্রেটিচ (Pre-Socratics) Important Question Answer   ১। গ্রীক দৰ্শনৰ উদ্ভৱ প্রথমে ক’ত হয়? উত্তৰ: গ্ৰীক দৰ্শনৰ উদ্ভৱ হয় এছিয়াৰ মাইনৰৰ পশ্চিম সীমান্তবর্তী আয়োনিয়া অঞ্চলৰ মিলেটাছ নগৰত।   ২। মিলেছিয়ান সম্প্রদায় কি? উত্তৰঃ আয়োনিয়া অঞ্চলৰ মিলেটাছ নগৰত গঢ়ি উঠা দার্শনিক সম্প্রদায়ক মিলেছিয়ান সম্প্রদায় বোলা হয়।   ৩। ‘থেলছেই হ’ল সকলো দৰ্শনৰ প্ৰৱৰ্তক … Read more